Friday, August 18, 2023
আস্তিক আৰু নাস্তিক !
আস্তিক আৰু নাস্তিক
অবিশ্বাসে সুধে
ঈশ্বৰ ক'ত আছে ?
বিশ্বাসে সুধে
ঈশ্বৰ ক'ত নাই ?
জনা মতে
পিছত
মানুহবোৰে এই
দুই প্ৰশ্ন কৰ্তাৰ নামেই
নাস্তিক আৰু আস্তিক ৰাখিলে ।
✍প্ৰাণজিৎ বৰুৱা
১৩/০৮/২০১৬
No comments:
Post a Comment
›
Home
View web version
No comments:
Post a Comment