বিখ্যাত মানুহৰ অগতানুগতিক চিন্তা !!

সময়তে,
প্ৰেম নামৰ বিশাল অনুভূতিটোৰ পৰিসৰক আমি
ক্ষন্তেকীয়া মাদকতাৰ মাপ কাঠিৰে জোখাৰ সময়তে
জৰ্জ বাৰ্নাড শ্বৰ প্ৰেয়্সীলৈ লিখা এই অগতানুগতিক
চিঠিখনে মোৰ
মন চুই গল ।
প্ৰেমৰ প্ৰকৃত সংজ্ঞা এটাহে যেন তেওঁ কবলৈ
বিচাৰিছিল ...
ভাল লাগিল মোৰ,
আশা কৰোঁ আপোনালোকেও অলপ চিন্তাৰ খোৰাক
পাব নিশ্চয় ...!
(প্ৰেমিকক পোষ্ট কৰিবলৈ লিখা চিঠি ...)
মই আশা কৰোঁ যে তুমি ইতিমধ্যে তোমাৰ ৰূপ লাৱন্য
হেৰুৱাইছা !
...
শাৰীৰিক সৌন্দৰ্য্য থকালৈকে যিকোনো মূৰ্খই
তোমাক ভাল পাব পাৰে ,
কিন্তু
মূৰ্খৰ প্ৰেম আত্মাৰ
কাৰণে ক্ষতিকৰ ।
তোমাৰ যৌৱন
জহি খহি যাবলৈ দিয়া ;
তোমাৰ দেহৰ সুষমা নষ্ট
হবলৈ দিয়া;
তোমাৰ থুতৰিত বিছটামান ভাজ পৰিবলৈ দিয়া ,
তোমাৰ চকুৰ তলত কাউৰীৰ খোজ পৰিবলৈ দিয়া,
দেখিবা যে
মই তোমাৰ ওচৰলৈ
আগতকৈ
গভীৰতৰ প্ৰেমেৰে ঘুৰি আহিম ।
হেৰুৱাইছা !
...
শাৰীৰিক সৌন্দৰ্য্য থকালৈকে যিকোনো মূৰ্খই
তোমাক ভাল পাব পাৰে ,
কিন্তু
মূৰ্খৰ প্ৰেম আত্মাৰ
কাৰণে ক্ষতিকৰ ।
তোমাৰ যৌৱন
জহি খহি যাবলৈ দিয়া ;
তোমাৰ দেহৰ সুষমা নষ্ট
হবলৈ দিয়া;
তোমাৰ থুতৰিত বিছটামান ভাজ পৰিবলৈ দিয়া ,
তোমাৰ চকুৰ তলত কাউৰীৰ খোজ পৰিবলৈ দিয়া,
দেখিবা যে
মই তোমাৰ ওচৰলৈ
আগতকৈ
গভীৰতৰ প্ৰেমেৰে ঘুৰি আহিম ।
-- জৰ্জ বাৰ্নাড শ্ব'
No comments :
Post a Comment