Saturday, June 17, 2017

নিৰাপত্তা

তই তোৰ ষোল্ল বছৰীয়া জীয়েৰক সেই পঞ্চাশ বছৰীয়া বুঢ়া মণ্ডলটোক গতাওঁতে এবাৰো ভাবি নাচালি নে কি হব তাইৰ ভৱিষ্যৎ ...

বাইদেউ ,

একমাত্ৰ তাইৰ ভৱিষ্যতৰ কথা ভাবিয়েই তাইক তাৰ তাত দিলোঁ , এতিয়াৰ পৰা তাই  দেহটো ঢাকিবলৈ এযোৰ কাপোৰ , নিজক বাৰে বাৰে নেবেচাকৈ দুবেলাৰ খাদ্য আৰু কুৰিতে বুঢ়ী হোৱাৰ শংকাৰ পৰা মুক্তি পাব ।

#প্ৰাণজিৎ_বৰুৱা
১৭/৬/১৭