*পাৰে যদি আপোনাৰ অতীতটোক
অতীতৰ দৰেই ব্যৱহাৰ কৰিবলৈ শিকক । যিমানেই ৰূঢ়
নহওঁক কিয় আপোনাৰ তিক্ত অতীতৰ কথাবোৰে যাতে
আপোনাৰ সুন্দৰ বৰ্তমানৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে
তাৰ প্ৰতি লক্ষ্য ৰাখি সুন্দৰ বৰ্তমান উপভোগ কৰক ।
অতীতৰ দৰেই ব্যৱহাৰ কৰিবলৈ শিকক । যিমানেই ৰূঢ়
নহওঁক কিয় আপোনাৰ তিক্ত অতীতৰ কথাবোৰে যাতে
আপোনাৰ সুন্দৰ বৰ্তমানৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে
তাৰ প্ৰতি লক্ষ্য ৰাখি সুন্দৰ বৰ্তমান উপভোগ কৰক ।
** জানেনে
আপুনি যদি জীৱনত সফল হোৱা নাই এতিয়াও
তাৰ কাৰণ কি ??
কাৰণ হল ভয় ...
আনে কি কব,
এনেকুৱা হলে বেলেগে কি ভাবিব বা
কি কব...?
এইধৰণৰ চিন্তা পাৰিলে সমূলি পৰিত্যাগ কৰক ।আপুনি যদি জীৱনত সফল হোৱা নাই এতিয়াও
তাৰ কাৰণ কি ??
কাৰণ হল ভয় ...
আনে কি কব,
এনেকুৱা হলে বেলেগে কি ভাবিব বা
কি কব...?
আৰু আপুনি যিটো কামত আটাইতকৈ অসফল হম বুলি ভাবি
আছে সেইটো কামেই কৰা এতিয়াই আৰম্ভ কৰক । নিশ্চয়
সফল হব ।
*** সময়েই সকলো ঠিক কৰে ।
মানি চলক এই নীতি ।
জানি লওক মানুহৰ ভাল বেয়া নাথাকে ।
মাথোন সময়ৰহে থাকে ভাল বেয়া ।
সেয়ে মন বেয়া নকৰি
ভাল সময় অহালৈ অপেক্ষা কৰক ।
সময়ে সকলো ঠিক কৰিব ।
মানি চলক এই নীতি ।
জানি লওক মানুহৰ ভাল বেয়া নাথাকে ।
মাথোন সময়ৰহে থাকে ভাল বেয়া ।
সেয়ে মন বেয়া নকৰি
ভাল সময় অহালৈ অপেক্ষা কৰক ।
সময়ে সকলো ঠিক কৰিব ।
**** আপোনাৰ আনন্দৰ বাবে আপুনিয়েই কাম কৰিব
লাগিব বেলেগে নহয় । গতিকে আপুনি ভালপোৱা
কামবোৰ কৰিবলৈ এলাহ নকৰিব । উপভোগ কৰক
সকলো...!!
লাগিব বেলেগে নহয় । গতিকে আপুনি ভালপোৱা
কামবোৰ কৰিবলৈ এলাহ নকৰিব । উপভোগ কৰক
সকলো...!!
***** আপোনাৰ জীৱনটোক কেতিয়াও আনৰ সৈতে তুলনা
কৰিবলৈ নাচাব । কেতিয়াও আনৰ সুখ দুখৰ লগত নিজকে
নিৰিজাব । তেওঁলোকৰ বাহিৰৰ অৱস্থা চায়েই আপুনি
সকলো জানিব নোৱাৰে । তেওঁ কি অৱস্থাত আছে
তেওঁহে জানে মাথোঁ আৰু আপোনাক মাথোঁ আপুনিহে
বুজিব সম্পূর্ণকৈ । যি পাইছে তাতে সন্তুষ্ট হওঁক ।

****** বেছিকৈ একো বস্তুৰ প্ৰতিয়েই আসক্ত নহব ।
কোনো বস্তুৰ প্ৰতি বেছি আশাও নকৰিব । বেছিকৈ
আশা কৰিলে বিচৰাবোৰ নাপালে বেছিকৈয়ে কষ্ট হব ।
সেয়ে কমকৈ আশা কৰি কাম কৰি যাওঁক সুখী হব পাৰিব ।
কোনো বস্তুৰ প্ৰতি বেছি আশাও নকৰিব । বেছিকৈ
আশা কৰিলে বিচৰাবোৰ নাপালে বেছিকৈয়ে কষ্ট হব ।
সেয়ে কমকৈ আশা কৰি কাম কৰি যাওঁক সুখী হব পাৰিব ।
�
*******
*******
আৰু শেষত
হাঁহিবলৈ কেতিয়াও নাপাহৰিব । যেনেকুৱাই বিপদ
নাহক । যেনেকুৱাই আঘাত নাপাওঁক হাঁহিৰে সন্মুখীন
হওক । সাহসী হওঁক ।
জানি লওক পৃথিৱীৰ সকলোবোৰ বিপদ আপোনাৰ
কোলাতেই নাই ইমান হতাশ হবলৈ ।
হাঁহি থাকক আনৰ মুখতো হাঁহি বিলাবলৈ
চেষ্টা কৰক ।
সুখী থাকক ।

No comments :
Post a Comment