Friday, August 18, 2023

আস্তিক আৰু নাস্তিক !

আস্তিক আৰু নাস্তিক 

 অবিশ্বাসে সুধে 
 ঈশ্বৰ ক'ত আছে  ?
 

বিশ্বাসে   সুধে
 ঈশ্বৰ ক'ত নাই ?

জনা মতে 

পিছত 
মানুহবোৰে  এই
দুই প্ৰশ্ন কৰ্তাৰ নামেই 

নাস্তিক আৰু আস্তিক ৰাখিলে । 

 ✍প্ৰাণজিৎ বৰুৱা 
১৩/০৮/২০১৬

No comments :

Post a Comment