Wednesday, September 10, 2014

এইয়া চেনি চিঙ ৰিটাৰ্ণচ...

এইয়া চেনি চিঙ ৰিটাৰ্ণচ...

অল দি চেনি চিংছ ফেনচ,
সাজু হোৱা কৰিব দেনচ,

আজি আমি গান গাম,
পেট ভৰাই খানা খাম,

কৰিম লগতে প্ৰিং,
হৈ পৰিম ৰাতিৰ কিং,

ঢলং পলং খোজলৈ,
হাতত  আই বিৰ ফুল লৈ,

চিঞৰি চিঞৰি গাম
চেনি চিঙ চেনি চিঙ চেনি চিঙ...
য়ো য়ো চেনি চিঙ...

আজি বতৰ ঠাণ্ডা ,
ভাল নহয় আমাৰ ধান্দা,

ঘৰত নাই মাম্মি দেদ্দী,
কত পাবা এনে আজাদী...

লাহেকৈ লাইটটো জলালো,
লেট্ৰিনত গৈ সোমালো,

যিমান বোৰ আছিল,
সকলো উলিয়ালো,
তাৰ পিছত কিচ্ছেন সোমালো...

খালী কৰি  পেট,
হাতত ললো প্লেট,

দিম টো ভাঙি,
কেৰাহী খন ডাঙি...

নিমখ পিয়াজ কাটিলৈ,
কেৰাহীত তেল  ঢালিলৈ,

বনোৱা অমলেট,
নকৰি লেট,

পেটত ভৰাই লোৱা,
ভৰাই লৈ গোৱা ,

কে কে হোৱা কে কে হোৱা,
আমলেট লোৱা,
আই বি লোৱা,

লৈ লৈ কৰা সন্ধিয়াৰ মষ্টি  প্ৰিঙ,
কৰি গোৱা
য় য় চেনি
য় য়ৌ চেনি চিঙ,

এগেইন...

বৰষুণৰ বতৰত,
আমি উঠিম মটৰত,

মটৰত উঠি মাৰি কিৰিলি,
আটাইবোৰ যাম ধাবা খাৰলি,

বাটত চাম ধুনু মাল,
দেখাম আমি জেংগ চাল,

180 স্পীদত ত বুলেট চলাই,
মুখেৰে গল্ড ফ্লেকৰ ধোঁৱা উলিয়াই ,

হৈ যাম চেনী কলাকাৰ,
গাম টিপ টপ টিপ টপ,
ইয়াকে কয়
চেনি হিপ হপ, হিপ হপ...

য়ো য়ো চেনি ...

আহি আছে পূজা ফেষ্টিভেল,
ফাটিব যে আমাৰ তেল,

হাতে হাতে সুৰা লৈ,
ঢাকৰ মায়াত বন্দী হৈ,

নাছি যাম নাছি যাম,
নাছি নাছি গান গাম,

য়ো য়ো
য়ো য়ো...

পেট ভৰাই জিলাপী খাম,
শ্লিম ফিগাৰৰ ছোৱালী চাম,

মাজে মাজে জোকাম,
সকলোকে ভাল পাম,

ভাল পোৱাৰ চেনি খাম,
চেনি চিঙ যে তামাম,

এইবাৰ আকৌ চেনি চিঙ হিট,
সকলোৱে গোৱা এই গীত,

আহা সকলো মিলিজুলি,
অলপ মান ৰঙা গিলি,
গাওঁ চেনীৰ এই নতুন গান,

কৰা প্ৰিং বনা কিং
কৰা প্ৰিং বনা কিং,
লাভ ইও চেনী চিঙ,
য়ো য়ো
লাভ ইউ চেনী চিঙ...

:-\
;-) :-D :-P :-P

--প্ৰাণজিৎ বৰুৱা
৯/৯/২০১৪


No comments :

Post a Comment