Wednesday, September 2, 2015

অসমীয়া বাতৰি কাকতৰ ঠিকনা

বাতৰি কাকতৰ ঠিকনা

১। আমাৰ অসম,
জি এল পাব্লিকেশ্বনছ লিমিটেড,
জি এছ ৰোড, উলুবাৰী, গুৱাহাটী-৭৮১০০৭

২। আজিৰ দৈনিক বাতৰি,
এ ডি টাৱাৰ,লালমাটি, এন
এইচ-৩৭, গুৱাহাটী-৭৮১০২৯

৩। নিয়মীয়া বার্তা,
আর্কাশিস পাব্লিকেচনছ
প্রাইভেট
লিমিটেড,কটাহবাৰী,গড়চুক,গুৱাহাটী-৭৮১০৩৫

অথবা

নিয়মীয়া বার্তা,কৈলাস ভৱন,ৰাজগড় (বিহুতলীৰ
বিপৰীত দিশত), গুৱাহাটী-৭৮১০০৩

৪। অসমীয়া খবৰ, ফ্রণ্টিয়াৰ পাব্লিকেশ্বনছ
প্রাঃলিঃ, গুৱাহাটী-৭৮১০১৬

৫। অসমীয়া প্রতিদিন, মণিৰাম দেৱান
পথ,চানমাৰি,গুৱাহাটী-৭৮১০০৩

৬। জনসাধাৰণ, ২৬/২৭ ঔদ্যোগিক পাম, বামুণীমৈদাম,
গুৱাহাটী-৭৮১০২১

৭। দৈনিক জনমভূমি, আৰ জি বৰুৱা ৰোড,
গুৱাহাটী-৭৮১০০৫

৮। আজিৰ অসম, জি এছ ৰোড, গুৱাহাটী-৭৮১০০৫

৯। দৈনিক অসম, ট্রিবিউন বিল্ডিংছ,পোঃঅঃআছাম
ট্রিবিউন,এম আৰ ডি ৰোড,চানমাৰি,গুৱাহাটী-৭৮১০০৩

১০। এদিনৰ সংবাদ,২৩২ ৰাজগড় ৰোড, গুৱাহাটী-৭৮১০০৩

১১। দৈনিক বাতৰি কাকত, পেঞ্চনপাৰা ৰোড,
গোস্বামী ছার্ভিচ, গুৱাহাটী-৭৮১০০৩

১২। আজি, ৰামধেনু প্রকাশন প্রাঃলিঃ, বৰঠাকুৰ মিল
ৰোড,উলুবাৰী, গুৱাহাটী-৭৮১০০৭

১৩। দৈনিক অগ্রদূত, অগ্রদূত পাব্লিচার্ছ প্রাইভেট
লিমিটেড, দিছপুৰ, গুৱাহাটী-৭৮১০০৬

১৪। গণ অধিকাৰ, ইউনিটী মিডিয়া এণ্ড
ইনফ্রাষ্ট্রাকচাৰ লিমিটেড,হাতীগাঁও চাৰিআলি,
গুৱাহাটী-৭৮১০৩৮

১৫। দৈনিক প্রতিবেদন, চি চি ডব্লিউ প্রাইভেট
লিমিটেড, শইকীয়া কমপ্লেক্স, জু-নাৰেংগী ৰোড, জু-
ৰোড তিনিআলি, গুৱাহাটী-৭৮১০২৪

১৬। দলিত অসম, এছ চি কে পাব্লিকেচন, প্রেমদা ভৱন,
গণেশগুৰি চাৰিআলি, দিছপুৰ, গুৱাহাটী-৭৮১০০৬

১৭। অসমীয়া গণমত,এছ কে বৰুৱা পথ, ৰুক্মিণী নগৰ,
গুৱাহাটী-৭৮১০০৬

১৮। অসমীয়া আমি,ঘৰ নং-৬৫,জি.এম.চি. এইচ
উপপথ,জি.এছ.ৰোড,খ্রীষ্টান বস্তি, গুৱাহাটী-৭৮১০০৫

১৯। অসম বাণী,ট্রিবিউন বিল্ডিংছ,পোঃঅঃআছাম
ট্রিবিউন,এম আৰ ডি ৰোড,চানমাৰি,গুৱাহাটী-৭৮১০০৩

২০।ভৱিষ্যৎ,৪,ৰাজধানী মছজিদ পথ,দিশপুৰ,
গুৱাহাটী-৭৮১০০৬

২১।সাদিন, মণিৰাম দেৱান
পথ,চানমাৰি,গুৱাহাটী-৭৮১০০৩

২২।প্রাগজ্যোতিষ, নন্দনপুৰ,শিৱ মন্দিৰ পথ,গৃহ নং-২,
চিৰিয়াখানাৰ সমীপত,
গুৱাহাটী-৭৮১০০৫

২৩।অগ্রদূত, অগ্রদূত পাব্লিচার্ছ প্রাইভেট লিমিটেড,
দিছপুৰ, গুৱাহাটী-৭৮১০০৬

২৪। জনমভূমি, আৰ জি বৰুৱা ৰোড, গুৱাহাটী-৭৮১০০৫

২৫। ৰাইজৰ সংবাদ, ৰাজা বিল্ডিং, হেম বৰুৱা
ৰোড,মাছখোৱা, গুৱাহাটী-৭৮১০০৯


No comments :

Post a Comment