Wednesday, September 2, 2015

অসমীয়া আলোচনীৰ ঠিকনা


অসমীয়া আলোচনীৰ ঠিকনা

1. প্রান্তিক , নৱগিৰি পথ, চানমাৰি প’ষ্ট বক্স
নম্বৰ-২, গুৱাহাটী-৭৮১০০৩

2. সাতসৰী , সাদিন প্রিণ্টার্ছ, ইণ্ডাষ্ট্রিয়েল
এৰিয়া, বামুণীমৈদাম, গুৱাহাটী-৭৮১০২১

3. জীৱন, জীৱন ইনিচিয়েটিভ,দ্বিতীয় মহলা, ২২,
ৰাজগড়, উপ-পথ-২, গুৱাহাটী-৭৮১০০৩

4. পয়োভৰা, কে.কে.বি.পথ,নিউ কলনি, গৃহ নং-৭,
চেনিকুঠি, গুৱাহাটী-৭৮১০০৩

5. বিস্ময়, বিস্ময় প্রকাশন, ঘৰ নং: ৮৩, ৰাজগড় মেইন
ৰোড, গুৱাহাটী-৭৮১০০৩

6. প্রিয় সখী, বিস্ময় প্রকাশন, ঘৰ নং: ৮৩, ৰাজগড়
মেইন ৰোড, গুৱাহাটী-৭৮১০০৩

7. নন্দিনী, মণিৰাম দেৱান
পথ,চানমাৰি,গুৱাহাটী-৭৮১০০৩

8. সপৰিবাৰ, ১৮৯,হাতীগাঁও ৰোড, এম.এল.এ.হোষ্টেলৰ
পিচফালে দিছপুৰ, গুৱাহাটী-৭৮১০০৬

9. মাহেকীয়া বার্তাপখিলী, বিশাল প্রকাশন,
ৰাজগড় লিংক ৰোড, উপাসনা ভৱন (তলৰ মহলা), কমার্চ
কলেজৰ বিপৰীত দিশত, গুৱাহাটী-৭৮১০০৩

10. অসমীয়া ৰিপ’র্টাৰ, বিকাশ কমপ্লেছ, ৰাজগড়
ৰোড, নামঘৰৰ ওচৰত, গুৱাহাটী-৭৮১০০৭

11. স্বর্ণলিপি, ১ম মহলা, ক্লাচিক এনক্লেভ, মণিৰাম
দেৱান পথ, নিউ গুৱাহাটী , গুৱাহাটী-৭৮১০২০

12. মাহেকীয়া কেৰিয়াৰ গাইড, C-15,অমৃতকুজ্ঞজ্ঞ
এপার্টমেণ্ট (চতুর্থ মহলা),লখিমী নগৰ (পাজ্ঞাৱ
নেচনেল বেংকৰ ওচৰত), গণেশগুৰি,গুৱাহাটী-৭৮১০০৫

13. দ্য চানডে ইণ্ডিয়ান(অসমীয়া), হাউছ নং ৬০,
প্রথম মহলা, বনফুল নগৰ পথ,হাউছফেডৰ সমীপত, পোঃঅ:
দিশপুৰ সচিবালয়, গুৱাহাটী-৭৮১০০৬

14. অংগনা, আৰিশা পাব্লিকেশ্যন, অমন উদ্যোগ
লিমিটেড, আনিশা টাৱাৰ, ১৬১-ডি, জি. এছ. ৰোড,
খ্রীষ্টীয়ানবস্তি, গুৱাহাটী- ৭৮১০০৫

15. প্রত্যাশা , জীৱনধাৰা পাব্লিকেশ্যন,অবিনাশ
নিৱাস, প্রথম মহলা, বিবেকানন্দ পথ, উলুবাৰী,
গুৱাহাটী-৭৮১০০৭

16. বিচ্ছুৰিত বর্ণালী, এ-৩, কে পি এনক্লেভ,
সুহাগপুৰ, ৰিহাবাৰী, গুৱাহাটী-৭৮১০০৮


No comments :

Post a Comment