Thursday, October 12, 2017

বাকৰ বচন ( হগা বিশেষ :P)

বাকৰ বচন ( হগা বিশেষ :P)

(১)
নোম টেঙৰক ঠগা আৰু নিজৰ লেট্ৰিনত হগাৰ
সমান নাই  ক'তো মজা !

(২)
ভগা হওক চিঙা হওক মোৰ লেট্ৰিনৰ চালি ,
শান্তি পাওঁ মাথোন কৰি  মই
  ইয়াতে পেট খালী !

(৩)

সুখ নাই সুখ নাই যাৰ বেয়া লিভাৰ ,
অহা যোৱা কৰি তেওঁ নাপায় যে পাৰ ।

(৪)

অতি বেয়া হলেও সহ্য হব সেই
সুবাস  যদি পায়খানা হয় নিজৰ ,
কিন্তু একেই সুবাস যদি আনে এৰা হয় ,
সিটি হয় বৰ ভয়ংকৰ :D

(৫)
হাগি উঠি  সুখ সেই কেইজনেহে পাই ,
যি ভীম বানানা , কাছ বানানা  খোৱা নাই
আৰু
জীৱনত যাৰ
কেতিয়াও  পাইলচ হোৱা নাই । ;)

প্ৰাণজিৎ বৰুৱাৰ দ্বাৰা বিৰচিত আৰু প্ৰচাৰিত ☺
কপি কৰাৰ পৰা বিৰত থাকিব নহলে এনেকুৱা শাও দিম ,
ৰাতিপুৱা অনলি টু পিছ হে ওলাব তাকো ঘাম বাহিৰ হৈ যাব :P


No comments :

Post a Comment