Wednesday, November 29, 2017

কথা কোৱাৰ আৰ্ট...

কথা কোৱাৰ আৰ্ট...

কথা কোৱাৰ এটা আৰ্ট থাকে...

এই শুনিলে শুনি থাকোঁ যেন লগা,

কৈ থাকিলে

মন শাত পৰি যোৱা...

এটা আৰ্ট...!!

কিন্তু মন কৰিবলগীয়া
ভাৱে

কিছুমান কথাত
কাৰোবাৰ কথাত

এনেকুৱা  বিশেষ টান এটা থাকে...

যাৰ বাবে
সহজ সৰল
কথা কিছুমানে এনেই ভাল লগাই থৈ যায়...

দৰাচলতে

কথা কোৱাৰ এই বিশেষ আৰ্ট নোহোৱাকৈও
কথাবোৰ এনে দৰে ভাল লাগিবলৈ হলে...

কাৰোবাক কেতিয়াবা

বুকুত বিন্ধি থৈ যাবই লাগিব

কোনোবাই ...!!!

--প্ৰাণজিৎ বৰুৱা
২৯/ ১১ /২০১৫


No comments :

Post a Comment