Sunday, September 6, 2015

মই আৰু তেওঁ

মই কলোঁ তেওঁক

আকাশ কিয় ভাল পোৱা...

তেওঁ কলে
নিজেই এবাৰ চাই লোৱা,

তেতিয়া
মই চাই ৰলো
তেওঁৰ দুচকুত ,

তেওঁ বুজি পাই

কুচি মুচি
সোমাই পৰিল মোৰ বুকুত...

মোৰ
সেইদিনা আকাশ খন খুবেই ফৰকাল
বৰ মৰমিয়াল  যেন লাগিল ...!!

প্ৰাণজিৎ বৰুৱা
১/৯/২০১৫


No comments :

Post a Comment