:p
খাই ভালপোৱা মানুহৰ আটাইতকৈ দুখ লগা মুহূর্ত
যেতিয়া কিবা খানা বা পাৰ্টিৰ ৰিচিপচনত
আপুনি ভাল পোৱা আইটেমটোৱেই ভুলক্ৰমে দিবলৈ থাকি যায় বা পাহৰি যায় ।
আৰু দুখ লাগে যেতিয়া কোনোবাই দেখি পুনৰ দিবলৈ আহে আৰু ইতিমধ্যে আপোনাৰ খাই শেষ হয় ।
:p
আৰু কেতিয়াবা দুখ লাগে যেতিয়া
আপুনি মাংস খাই ভালপাই কিন্তু আপোনাৰ লগত যোৱা অভিভাৱকে কব মাংস কমাই দিব । আমি কম খাওঁ মাংস :(
আলহীয়ে যেতিয়া কব বেটাক দিওঁ
আৰু তেতিয়াই আকৌ মাকে কব ইয়াকো নিদিব ইয়ো কম খাই :'(
আকৌ কেতিয়াবা
আপুনি গৈ পোৱাৰ লগে লগে যদি ভোজৰ সুস্বাদু আইটেমটো শেষ হৈ যায় :(
মৰিলং মৰিলং লাগি যায় ।
যেতিয়া মাংস লাগিব নেকি বুলি সোধাত লাজতে নেলাগে বুলি কওঁতে সঁচাকৈয়ে নিদিয়ে
কিন্তু লগৰ জনক নুশুধাকৈয়ে তুমি খোৱা বুলি দি যায় ।
কচম বুকু ফাটি যায় ।
ছোৱালী কেইজনী লগত আছে বাবেই যেতিয়া প্ৰিয় খোৱা বস্তু খিনি ষ্টাইলত লাহে লাহে খোৱা যায় আৰু শ্লীম ফিগাৰৰ হাৰাম জাদী কেইজনী আধা খাই উঠি যায় ।
আপোনাৰ পইচাও যায় ভোকত পেটো শুকাই ।
কচম পি বিৰ বুকু চিৰা চিৰ হৈ যায় । :(
No comments :
Post a Comment