Sunday, August 13, 2017

আস্তিক আৰু নাস্তিক

আস্তিক আৰু নাস্তিক

অবিশ্বাসে সুধে
ঈশ্বৰ ক'ত আছে  ?

বিশ্বাসে   সুধে
ঈশ্বৰ ক'ত নাই ?

জনা মতে

পিছত
মানুহবোৰে  এই
দুই প্ৰশ্ন কৰ্তাৰ নামেই

নাস্তিক আৰু আস্তিক ৰাখিলে ।

✍প্ৰাণজিৎ বৰুৱা
১৩/০৮/২০১৬


No comments :

Post a Comment